মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

সাফল্য আৰু পুৰস্কাৰ

অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ অভিকৰণে ৪ৰ্থ আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান মেলা, ২০১৭ ত অংশগ্ৰহণ কৰে যত “আদৰ্শ বীজ গাওঁ”ৰ লগতে ১০০ টা পৰম্পৰাগত আৰু এইচ ৱাই ভি খেতি বীজ নমুনা প্ৰদৰ্শন কৰা হয় আৰু এই নমুনাসমূহে বিভিন্ন জিলাৰ গ্ৰামীণ এলেকা আৰু চহৰৰ পৰা অহা দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

৪ৰ্থ আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান মেলা, ২০১৭ত “বীজ গাঁৱে” প্ৰদৰ্শন কৰা মডেল