মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

আয়ৰ উত্সসমূহ

  • অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থাই GIA ৰ সৈতে সংস্থা চলায় আৰু মানপত্ৰ প্ৰদান অনুষ্ঠান, সংগৃহীত পুঁজিৰ জমা সুত আৰু অন্য বেংক একাউণ্টসমূহৰ সুতৰ পৰা ৰাজহ অৰ্জন কৰে। এই উপাৰ্জন পুঁজিৰ পৰা সংস্থাটোৰ বিষয়া তথা কৰ্মচাৰীসকলৰ দৰমহা, ঠিকাভিত্তিক সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়াসকলৰ পাৰিশ্ৰমিক আৰু কাৰ্যালয়ৰ খৰচ ব্যৱস্থাপনা কৰা হয়। শেহতীয়া ৪ বছৰৰ উপাৰ্জনৰ পৰিমাণ তলত উল্লেখ কৰা হল-

    টকা লাখত

    বছৰৰাজহসংগৃহীত পুঁজিত সুতGIAসৰ্বমুঠ
    ২০১৩-১৪৪৪.৭৬৭৮৮১২৯.১৭০৪৫১.৫৩২৩.৯৩৮৩৩
    ২০১৪-১৫৩৪.২৪৭৯৫১২১.৫৪৯৮৫১.৬৩১৫.৭৯৭৮
    ২০১৫-১৬২৬.৩০৭৩১১২৪.১৪৬১৩১.৬৩১০.৪৫৩৪৪
    ২০১৬-১৭৪৯.৭৩৯৭৫১১৪.৭৯৮৪১.৮৩৪৪.৫৩৮১৫
    সৰ্বমুঠ১৫৫.০৬২৮৯৪৮৯.৬৬৪৮৩৬.৫১২৯৪.৭২৭৭২