মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

অধিসূচিত পৰামৰ্শিত বিভিন্ন শস্যৰ প্ৰকাৰসমূহ

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উত্পাদন আয়ুক্তৰ সভাকক্ষত ২০১৪ চনৰ ৫ মে তাৰিখে, ১১ বজাত অনুষ্ঠিত সভাখনত গৃহীত সিদ্ধান্ত অনুসৰি ২০১৪-১৫ বৰ্ষৰ বাবে অসমৰ কৃষি বিভাগৰ অধীনৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিসমূহত বিভিন্ন শস্যৰ পৰামৰ্শিত প্ৰকাৰসমূহ অন্তৰ্ভুক্ত হব।

প্ৰকাৰসমূহ তলত উল্লেখ কৰা হল

শস্য – ধান (অদ্যতনীকৰণ হব লাগিব)

শাৰদীয় ধানশীতকালীন ধানগ্ৰীষ্মকালীন ধান
উচ্চ ফচলদায়ী প্ৰকাৰউ.ফ.পসময়সীমাবৰ্ণ সংকৰউ.ফ.প.সময়সীমাবৰ্ণসংকৰ
চাহাবঘাগীজয়মতীমধ্যমNK-5231CR ধান – ৪০১ এৰিজ তেজ
দেহাংগীচন্দ্ৰমামধ্যমNK-5251চন্দ্ৰমা KRH-2
ইংলং খিৰিনবীনমধ্যমPAC-835অভিষেক DRRH-2
হচাঅভিষেখমধ্যমPAC-837স্বৰ্ণাভদীৰ্ঘUS-312
দিচাংসত্যনাৰায়ণমধ্যমJKRH-401দীননাথদীৰ্ঘNK-5231
 বসুন্ধৰামধ্যমArize primaকনকলতাদীৰ্ঘNK-5251
 সৰ্ণ চাব-১মধ্যমVNR-2355জয়মতীদীৰ্ঘPAC-835
 লুইতহ্ৰস্বHRI-174  PAC-838
 কপিলীহ্ৰস্বCRHR-7  JKRH-401
 দিচাংহ্ৰস্বCRHR-5  Arize prima
 গিতেশদীৰ্ঘ   VNR-2355
 প্ৰফুল্লদীৰ্ঘ   HRI-174
 NDR-8002দীৰ্ঘ   CRHR-7
      CRHR-5