অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উত্পাদন আয়ুক্তৰ সভাকক্ষত ২০১৪ চনৰ ৫ মে তাৰিখে, ১১ বজাত অনুষ্ঠিত সভাখনত গৃহীত সিদ্ধান্ত অনুসৰি ২০১৪-১৫ বৰ্ষৰ বাবে অসমৰ কৃষি বিভাগৰ অধীনৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিসমূহত বিভিন্ন শস্যৰ পৰামৰ্শিত প্ৰকাৰসমূহ অন্তৰ্ভুক্ত হব।
প্ৰকাৰসমূহ তলত উল্লেখ কৰা হল
শস্য – ধান (অদ্যতনীকৰণ হব লাগিব)
শাৰদীয় ধান | শীতকালীন ধান | গ্ৰীষ্মকালীন ধান | ||||
---|---|---|---|---|---|---|
উচ্চ ফচলদায়ী প্ৰকাৰ | উ.ফ.প | সময়সীমা | বৰ্ণ সংকৰ | উ.ফ.প. | সময়সীমা | বৰ্ণসংকৰ |
চাহাবঘাগী | জয়মতী | মধ্যম | NK-5231 | CR ধান – ৪০১ | এৰিজ তেজ | |
দেহাংগী | চন্দ্ৰমা | মধ্যম | NK-5251 | চন্দ্ৰমা | KRH-2 | |
ইংলং খিৰি | নবীন | মধ্যম | PAC-835 | অভিষেক | DRRH-2 | |
হচা | অভিষেখ | মধ্যম | PAC-837 | স্বৰ্ণাভ | দীৰ্ঘ | US-312 |
দিচাং | সত্যনাৰায়ণ | মধ্যম | JKRH-401 | দীননাথ | দীৰ্ঘ | NK-5231 |
বসুন্ধৰা | মধ্যম | Arize prima | কনকলতা | দীৰ্ঘ | NK-5251 | |
সৰ্ণ চাব-১ | মধ্যম | VNR-2355 | জয়মতী | দীৰ্ঘ | PAC-835 | |
লুইত | হ্ৰস্ব | HRI-174 | PAC-838 | |||
কপিলী | হ্ৰস্ব | CRHR-7 | JKRH-401 | |||
দিচাং | হ্ৰস্ব | CRHR-5 | Arize prima | |||
গিতেশ | দীৰ্ঘ | VNR-2355 | ||||
প্ৰফুল্ল | দীৰ্ঘ | HRI-174 | ||||
NDR-8002 | দীৰ্ঘ | CRHR-7 | ||||
CRHR-5 |