তথ্য জনাৰ অধিকাৰ কোষ
তথ্য জনাৰ অধিকাৰ কোষটো অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ অভিকৰণত গঠন কৰা হৈছিল আৰু ই ৰাজ্যিক লোক তথ্য বিষয়া শ্ৰী মনোৰঞ্জন বৰাৰ অবেক্ষণত কাৰ্য পৰিচালনা কৰি আছে।
যোগাযোগ নম্বৰঃ +৯১৯৮৫৯১ ১৮৯৬৭
তথ্য জনাৰ অধিকাৰ কোষৰ বিদ্যমান স্থিতি তলত উল্লেখ কৰা হলঃ
| ক্ৰ. নং. | বৰ্ষ | আবেদন প্ৰাপ্ত | আবেদন নিষ্পত্তি | গোচৰৰ সংখ্যা | মন্তব্য |
|---|---|---|---|---|---|
| ১ | ২০১১ | ১ | ১ | - | - |
| ২ | ২০১২ | ১ | ১ | - | - |
| ৩ | ২০১৩ | ১ | ১ | ১ | নিষ্পত্তি |
| ৪ | ২০১৪ | ২ | ২ | - | - |
| ৫ | ২০১৫ | ১৭ | ১৭ | - | - |
| ৬ | ২০১৬ | ১৮ | ১৮ | - | - |
| ৭ | ২০১৭ | ৮ | ৫ | - | ৩ অমীমাংসিত |
| মুঠ | ৪৮ | ৪৪ | ১ | - |