২০১৬-১৭ বৰ্ষৰ বীজ গাঁওখনৰ অনুষ্ঠানৰ অধীনত সৰিয়হ আৰু গ্ৰীষ্মকালীন ধানৰ বীজ উত্পাদন আবণ্টন আৰু ২০১৬-১৭ বৰ্ষৰ শীতকালীন ধান, ২০১৭-১৮ বৰ্ষৰ বাবে পুনৰ বৈধতা প্ৰদান।
২০১৬-১৭ বৰ্ষৰ ভিতৰত বীজ গাঁও অনুষ্ঠানৰ অধীনৰ বীজ উত্পাদনে ৮৩৯৪জন খেতিয়কক জড়িত কৰি ২১খন জিলাৰ ৪০০৭ হেক্টৰ ভূমি সামৰি ২০১খন গাঁৱত সৰিয়হৰ বীজ উত্পাদন পৰিগ্ৰহণ কৰিছিল। ২খন জিলাৰ ১২৩ হেক্টৰ ভূমি সামৰি ৪খন গঁৱত নবীন প্ৰকাৰৰ গ্ৰীষ্মকালীন ধান উত্পাদন কৰিছিল। গাঁওসমূহত জিলা আৰু সহকাৰী বীজ মানপত্ৰ প্ৰদানৰ বিষয়া অনুসৰি ২০১৬-১৭ বৰ্ষত আবণ্টিত সৰিয়হ বীজৰ ৰূপায়ণ আৰু পাৰদৰ্শিতা তলত উল্লেখ কৰা হল-
২০১৬-১৭ বৰ্ষৰ শস্য গাঁও অনুষ্ঠানৰ অধীনত গ্ৰীষ্মকালীন ধানৰ বীজ উত্পাদনৰ আবণ্টন
জিলা | গাঁও | প্ৰকাৰ | এলেকা | পঞ্জীয়নভুক্ত এলেকা | মন্তব্য |
---|---|---|---|---|---|
নগাঁও | কুঠুৰী | নবীন | ২০ | ২০ | উত্পাদনশীলতা ১৯.২৫০ কেজি/২৫ বৰ্গমিটাৰ ৭৭০০ কেজি/হেক্টৰ (GREEN WT) |
শলবাৰী | ৮০ | ৮০ | |||
ৰাজাবাৰী | ২০ | ২০ | |||
কোকৰাঝাৰ | কুসুমবিল | জয়মতী | ৫.৫ | ৫.৫ | |
কনকলতা | ১.৫ | ১.৫ |
২০১৬-১৭ বৰ্ষৰ বীজগাঁও অনুষ্ঠানৰ অধীনৰ শীতকালীন ধান বীজ উত্পাদন, ২০১৭-১৮ বৰ্ষৰ বাবে পুনৰ বৈধতা প্ৰদান
মণ্ডল | গাঁও (সংখ্যা) | অঞ্চল (হেক্টৰ) | বীজ (কুঃ) | প্ৰকাৰ | মন্তব্য |
---|---|---|---|---|---|
গুৱাহাটী | ৪৬ | ১৮৪০ | ৭৩৬ | স্বৰ্ণ চাব-১ নবীন ৰঞ্জিত | ৬০:৪০:: সাধাৰণ : (অনুসূচিত) ৫০:৫০ চৰকাৰ:খেতিয়কৰ অংশ |
যোৰহাট | ৩৫ | ১৪০০ | ৫৬০ | ||
শিলচৰ | ৪ | ১৬০ | ৬৪ | ||
বঙাইগাঁও | ৩৪ | ১৩৬০ | ৫৪৪ | ||
সৰ্বমুঠ | ১২৩ | ৪৯২০ | ১৯৬৮ |
উল্লিখিত আবণ্টনৰ সবিশেষ লগত গাঠি দিয়া হল।
Title | Size | Detail |
---|---|---|
Seed Village Allotment List - Annexure-II.pdf | 493.66 KB |