মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ Assam Seed & Organic Certification Agency (ASOCA)

কৃষি-উদ্যান শস্যৰ মানপত্ৰ প্ৰদান

বীজৰ মানপত্ৰ প্ৰদান

  • কৃষকসকললৈ মানবিশিষ্ট বীজ আৰু অধিসূচিত ধৰণ আৰু প্ৰকাৰৰ বিজনন উপাদানসমূহৰ, শাৰিৰীক পৰিচিতি আৰু আনুসঙ্গিক পৰিশুদ্ধি সুনিশ্চিত কৰিবলৈ বৃদ্ধি আৰু বিতৰণৰ বাবে অবিৰত যোগান উপলব্ধ কৰা আৰু অব্যাহত ৰাখিবলৈ এই প্ৰক্ৰিয়াটো ৰূপায়িত কৰা হৈছে।
  • বীজ গুণন আৰু উত্পাদনৰ গুণাগুণ নিয়ন্ত্ৰণৰ বাবে এইটো এটা আইনগতভাৱে অনুমোদিত ব্যৱস্থা।
  • প্ৰধান কাৰ্য্য হল – আনুসঙ্গিকভাৱে পৰিশুদ্ধ আৰু উচ্চ মানবিশিষ্ট বিশেষকৈ উচ্চ বিভৱজাতীয়, শ্ৰীবৰ্দ্ধিত আৰু বিভিন্ন শস্যৰ কমিঙ্কৰ প্ৰকাৰসমূহৰ উত্পাদন অনুপ্ৰাণিত কৰা।

বীজৰ মানপত্ৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় যোগ্যতা।

যিবিলাক বীজ ভাৰতীয় বীজ আইন, ১৯৬৬ৰ ৫নং ধাৰাৰ অধীনত অধিসূচিত, কেৱল সেইবিলাক প্ৰকাৰৰ বীজহে প্ৰমাণ-পত্ৰ প্ৰদানৰ বাবে যোগ্য ৰূপে বিবেচিত হব।

  • সামগ্ৰিক প্ৰয়োজনীয়তা

    (ক) ভাৰতীয় বীজ আইন,১৯৬৬ৰ ৫নং ধাৰাৰ অধীনত অধিসূচিত হব লাগিব।
    (খ) উত্পাদন শৃংখলৰ ভিতৰত থাকিব লাগিব আৰু ইয়াৰ বংশ পৰিচয় অনুসৰণযোগ্য হব লাগিব।

  • ক্ষেত্ৰীয় মানক – ইয়াত নিৰ্বাচিত স্থান, প্ৰয়োজনীয় অন্তৰণ, ফাঁক, ৰোপণৰ অনুপাত, সীমাৰ শাৰী আদি অন্তৰ্ভুক্ত হৈ আছে।
  • নিৰ্দিষ্ট প্ৰয়োজনীয়তা- কোনো বীজ শস্যত বন্ধ প্ৰকাৰৰ উপস্থিতি সূৰ্য্যমুখী, চালগোম, বজৰাত ৰেণুৰ স্খলন আদি।
  • বীজ মানক – শস্য অনুসৰি বীজৰ মানপত্ৰ প্ৰদানৰ ন্যূনতম মানক বিবৰ্ধন হৈ থাকে।