বাজেট আৰু ব্যয় ২০১৬-১৭
(লাখত)
ক্ৰ. নং. | উপাদানসমূহৰ বিশদ বিৱৰণ | বাজেট | ব্যয় | ৰাহি/ঘাটি |
---|---|---|---|---|
১ | দৰমহাৰ লগতে কেন্দ্ৰীয় ভৱিষ্য নিধি, পেম্সন, বৰঙণি, পৰিতোষিক, ছুটীৰ এনকেচমেণ্ট, ছুটীৰ বেতন আদি। | ২৭৭.৭৩,৮৮৬ | ২২৪.৫৫,৫২১ | + |
২ | ঠিকাভিত্তিক এ এছ চি অ’ পাৰিশ্ৰামিক | ৪৩.৫৬,০০০ | ৩৬.৬১,২৬০ | + |
৩ | বিষয়া আৰু কৰ্মচাৰীৰ লগতে এ এছ চি অ’ৰ ভ্ৰমণ ব্যয় | ৫.৫০,০০০ | ২.৬১,৩১৪ | + |
৪ | পৰিচালক নিকায়ৰ বৈঠকৰ ব্যয় | ০.৮৫,০০০ | ০.২৯,৭৮৮ | + |
৫ | অভ্যৰ্থনা মূল্যৰ লগতে এ এছ চি অ’ৰ মহেকীয়া বৈঠক | ০.৮০,০০ | ০.৩৫,৪০০ | + |
৬ | পেছাদাৰী/ আইনী/ লেখ পৰীক্ষাৰ মাচুল | ০.৭৫,০০০ | ০.১৫,০৩৮ | + |
৭ | ক্ৰয়ৰ মূল্য, মুদ্ৰণ আৰু প্ৰমাণীকৰণ সামগ্ৰীৰ প্ৰস্তুতি | ৪.৪৫,০০০ | ৩.০১৯৮ | + |
৮ | কাৰ্য্যালয় ভাড়া(ক্ষেত্ৰীয় কাৰ্য্যালয়) | ২.৫৯,২৩৬ | ২.৫৯,৫১৯ | - |
৯ | কাৰ্য্যালয়ৰ লেখন সামগ্ৰী আৰু কাৰ্য্যালয়ৰ ব্যয় | ২.০০,০০০ | ০.৫৯,৫১৯ | + |
১০ | ডাক টিকট | ০.১৮,০০০ | ০.০৫,৯৪৪ | + |
১১ | বিদ্যুত খৰচ | ৩.৭০,০০০ | ১.৬৮৮৪১ | + |
১২ | যানবাহনৰ মেৰামতি | ০.৮০,০০০ | ০.৭১০২৬ | + |
১৩ | যানবাহনৰ বীমা আৰু অন্যান্য | ০.২০,০০০ | ০.৩২,২৯৪ | - |
১৪ | পি অ এল | ১.০০,০০০ | ০.৫২,৫৭২ | - |
১৫ | কাৰ্য্যালয়ৰ যন্ত্ৰ, উপকৰণ আৰু আঁচবাবৰ সংৰক্ষণ আৰু মেৰামতি | ১.০০,০০০ | ০.০৯,১৩১ | + |
১৬ | প্ৰয়োগশালা সামগ্ৰীৰ সংৰক্ষণ | ১.০০,০০০ | ০.২৭,২৪০ | + |
১৭ | প্ৰয়োগশালা সামগ্ৰীৰ ক্ৰয় | ১.০০,০০০ | - | + |
১৮ | বীজ পৰীক্ষা সামগ্ৰীৰ মূল্য | ১.৬০,০০০ | - | + |
১৯ | মুদ্ৰণ | ২.০০,০০০ | ০.০২৩ | + |
২০ | সৰু-সুৰা কাম, কাৰ্য্যালয় ভৱনৰ মেৰামতি | ১.০০,০০ | ১.১০,৭০৫ | - |
২১ | প্ৰচাৰ, প্ৰদৰ্শনী, প্ৰশিক্ষণ আদি | ১.০০,০০০ | ০.৫০,০০০ | + |
২২ | টেলিফোন, ফেক্স, ইণ্টাৰনেট আদি | ০.৫০,০০০ | ০.১৫৮৯৬ | + |
২৩ | ভাড়া আৰু কৰ | ১.০০,০০০ | ১.৩২,৯৩৯ | + |
২৪ | বেংকৰ মূল্য | ০.২০,০০০ | ০.০৪,৮১৯ | + |
২৫ | অন্যান্য | ০.৪৫,০০০ | ০.০৪,৩৯৯ | + |
মুঠ | ৩৫৪.৮৭,১২২ | ২৭৭.১৫,১৯২ | + |